কোৰোনা আক্ৰান্ত হৈ মৃত্যু সাংবাদিক পংকজ শুক্লাৰ

50

ডিজিটেল ডেস্কঃ কোভিডৰ সংক্ৰমণৰ ফলত পুনৰ নয়ডাত মৃত্যুক আঁকোৱালি ললে এজন সাংবাদিকে। কোৰোনা আক্ৰান্ত হৈ কিছুদিন পূৰ্বে চিকিৎসাধীন হৈছিল পংকজ শুক্লা নামৰ ৫০ বছৰীয়া সাংবাদীকগৰাকী। হাস্পতালতে দেওবাৰে মৃত্যু ঘটে তেওঁৰ।

উল্লেখযোগ্য যে, হিন্দী সংবাদ পত্ৰ অমৰ ওজালা আৰু দৈনিক জাগৰণৰ লগতে জনমত টিভি, খবৰ ভাৰতী, নিউজ ৩০, নিউজ এক্সপ্ৰেছ আদিত সংবাদকৰ্মী হিচাপে নিয়োজিত হৈছিল।

উল্লেখ্য যে, কোৰোনা মহামাৰীৰ সংকটত দেশৰ প্ৰায় ৫০জন কৰ্মৰত সাংবাদিকৰ মৃত্যু মূখত পৰাৰ বিপৰীতে সমগ্ৰ বিশ্বৰ প্ৰায় ৫৬ খন দেশৰ প্ৰায় ৪৬৯ জনৰ মৃত্যু হৈছে।