কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বাবে দুখবৰ

413

কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বাবে দুঃখবৰ! আসন্ন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই। শৰণীয়াৰ সাংসদ পদ খাৰিজ হোৱাৰ সম্ভাৱনা। শৰণীয়াই দাখিল কৰা STৰ প্ৰমাণ-পত্ৰ নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। নৱ কুমাৰ শৰণীয়া বড়ো-কছাৰী মূলৰ নহয় বুলি ৰায় ন্যায়ালয়ৰ।