ভাৰতৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয় কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ কোভিড ৰিজাল্ট নিগেটিভ By purbottar - August 9, 2020 110 FacebookPinterestWhatsAppPrint ● কৰোনাত আক্ৰান্ত হোৱা নাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ● এই কথা নিশ্চিত কৰিছে দিল্লী বিজেপিৰ অধ্যক্ষ মনোজ তিৱাৰীয়ে। ● কোভিড১৯ পৰীক্ষাত নিগেটিভ ওলাইছে অমিত শ্বাহৰ ৰিজাল্ট। ● উল্লেখ্য যে কোৱেৰাণ্টাইন হৈ আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...