কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল, উপস্থিত মেধা পাটেকাৰ

86

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল
উপস্থিত মেধা পাটেকাৰ
ৰাইজৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ নেত্ৰী গৰাকীৰ
কৃষক বিৰোধী চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনত উচিত প্ৰত‍্যোত্তৰ দিয়া হ’ব
অখিল গগৈক মুকলি সমৰ্থন মেধা পাটেকাৰৰ
প্ৰধানমন্ত্ৰীয়ে ৬কোটি গুজৰাটী লোকক ঠগন দিছে
অখিল গগৈক মিছা গোচৰৰ অভিযুক্ত কৰি চৰকাৰে শাস্তি প্ৰদান কৰিছে
‘অখিল গগৈ মাওবাদী নহয়’মেধা পাটেকাৰ
হিন্দু মুছলমানৰ নামত চৰকাৰে ভোট বিচাৰিছে
ৰাজহুৱা সম্পত্তি সকলো বিক্ৰী কৰা হ’ল
‘হিমন্ত বিশ্ব শৰ্মা অৰাজকতাৰ প্ৰতীক’
‘কাপুৰুষৰ দৰে অখিল গগৈক বন্দী কৰি থৈছে’
আমাক আন্দোনলজীৱি বুলি ক’লে আমি লাজ নাপাওঁ
আম্বানী আৰু আদানিৰ ওচৰত চৰকাৰে সকলো বিক্ৰী কৰিলে
‘য’তেই অন্যায় হৈয়ে তাতেই অখিল গগৈয়ে মাত মাতিছে’
‘আম্বানী আদানিয় ওচৰত চৰকাৰ শৰণাপন্ন’
কৃষক সকলৰ লগত চৰকাৰে চৰম অন্যায় কৰিছে
চৰকাৰ মাটি বিক্ৰী কৰা লোক আৰু আমি মাটি ৰক্ষা কৰা লোক
‘কৃষক বিৰোধী চৰকাৰৰ ৰাইজে ভোট দিব নালাগে’