কৃষক নেতা অখিল গগৈৰ ৰিপোৰ্টত কৰ’না পজিটিভ

79

ষ্টাফৰিপৰ্টাৰ, কৃষক নেতা অখিল গগৈৰ ৰিপোৰ্টত কৰ’না পজিটিভ ধৰা পৰিছে।
অখিল গগৈৰ চিকিৎসাৰ বাবে মেডিকেল বোৰ্ড গঠন কৰা হৈছে। ৰাজ্য চৰকাৰে গঠন কৰিছে মেডিকেল বোৰ্ড।
মেডিকেল বৰ্ডখনত আছে ৫ গৰাকী চিকিৎসক।
ডাঃ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীৰ নেতৃত্বত বৰ্ড গঠন।
বোৰ্ডত আছে জি এম চি এইছ ৰ চিকিৎসক ডাঃ বসন্ত হাজৰিকা।
বৰ্ডত আছে জি এম চি এইছৰ চিকিৎসক ডাঃ সংগীত দত্ত।
হেল্থ চিটীৰ চিকিৎসক ডাঃ ব্ৰজেন লহকৰ, এপ’ল’ৰ চিকিৎসক ডাঃ নীলম খাউণ্ডো বোৰ্ডত আছে।
জি এম চি এইছত চিকিৎসা কৰোৱা হ’ব অখিল গগৈক।