কামৰূপ (ম) জিলা প্ৰশাসনৰ উদ্যোগত ভেটাপাৰাৰ শৰাইঘাট হাউছিং কমপ্লেক্সত খাদ্য সামগ্ৰী বিতৰণ

86

ষ্টাফৰিপৰ্টাৰ, কামৰূপ (ম) জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে ভেটাপাৰাৰ শৰাইঘাট হাউছিং কমপ্লেক্সৰ মুঠ ৫৪ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। কামৰূপ (ম) জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠক, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰিদৰ্শক পুলকেশ ৰায় বৰুৱাৰ বিশেষ তৎপৰতাত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। আনহাতে খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত
শৰাইঘাট হাউছিং কমপ্লেক্স ছ’চাইটিৰ প্রাক্তন সাধাৰণ সম্পাদক উপেন কলিতা, উপদেষ্টা মজনুৰ হুছেইন,পাপৰি বৰা চক্ৰৱৰ্তী আদিয়ে তদাৰকী কৰে।