কামৰূপ (ম) জিলা উপায়ুক্ত ৰ উদ্যোগত কেব্ মালিক,চালক সকলক খাদ্য সামগ্ৰী বিতৰণ

85

ষ্টাফৰিপৰ্টাৰ, কামৰূপ (ম) জিলা উপায়ুক্ত বিশ্বজীত পেগু আৰু অতিৰিক্ত উপায়ুক্ত ৰাতূল চন্দ্ৰ পাঠকৰ উদ্দোগত আৰু অল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়নৰ সহযোগত বুধবাৰে কেব্ মালিক,চালক সকলক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।এই সাহাৰ্য্যই কেব্ মালিক চালক সকলক কিছু পৰিমাণে সকাহ দিব বুলি কোৱাৰ লগতে উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তক অল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে ধন্যবাদ জ্ঞাপন কৰে।