কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰীৰ গৃহত অভিযান৷ বসন্ত খেতানৰ গৃহ আৰু কাৰ্যালয়ত অভিযান আয়কৰ বিভাগৰ৷ যোৰহাটৰ চেউনিআলিস্থিত বাসগৃহত আয়কৰ বিভাগৰ অভিযান৷ খেতানৰ নিকন পাৱাৰ এণ্ড ইনফ্ৰা লিমিটেডৰ কাৰ্যালয়তো অভিযান৷