কাছাৰৰ ধলাইত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা৷ টকা চুৰিৰ অভিযোগত যুৱকক তালিবানী শাস্তি বিজেপি নেতাৰ৷ লাঠীৰে মাটিত পেলাই প্ৰহাৰ কৰি যুৱকক অমানুষিক নিৰ্যাতন৷ স্থানীয় বিজেপি নেতা মনোজ সাহুৱে প্ৰহাৰ কৰে যুৱকজনক৷ বিজেপি নেতাসহ তিনিজনৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু৷