কাছাৰৰ কাটিগড়ত হেৰ’ইনসহ ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। কাছাৰ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৫২ গ্ৰাম হেৰ’ইন। ধৃত চুলতান আহমেদ বৰভূঞা, ৰেনাউল কৰিম বৰভূঞা। জব্দকৃত হেৰ’ইনখিনিৰ বজাৰমূল্য লক্ষাধিক টকা।