কাছাৰৰ উধাৰবন্দত শোকাৱহ ঘটনা

80

কাছাৰৰ উধাৰবন্দত শোকাৱহ ঘটনা।

ঘৰৰ দেৱাল খহি পিতা-পুত্ৰৰ মৃত্যু।

মৃত লোকজনৰ নাম আজিৰ উদ্দিন।

শুই থকা অৱস্থাত হঠাৎ খহি পৰে দেৱাল।

চলতাকান্দিত সংঘটিত হৈছে এই ঘটনা।

গুৰুতৰভাৱে আহত পৰিয়ালটোৰ কেইবাজনো সদস্য।

ঘটনাক লৈ অঞ্চলজুৰি শোকাকুল পৰিৱেশ।