কাইলৈ গোগামুখৰ দিৰপাইত নিৰ্মাণ কৰা ICARৰ শুভাৰম্ভ। এছিয়াৰ ভিতৰতে বৃহৎ কৃষি গৱেষণা প্ৰতিষ্ঠান হিচাপে পৰিগণিত ICAR, প্ৰথম পৰ্যায়ত ১০৫ গৰাকী শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিব স্নাতক পাঠ্যক্ৰম। বৰ্তমান ICARত কৰ্মৰত ৩১ গৰাকী বিজ্ঞানী আৰু মে’ মাহত যোগদান কৰিব আন ২৯ গৰাকী বিজ্ঞানীয়ে।