ষ্টাফ ৰিপোৰ্টাৰ: কা আন্দোলনৰ শ্বহীদ ১৬ বছৰীয়া চেম ষ্টেনফৰ্ডৰ মাতৃ স্নায়ুৰোগৰ কিছু সমস্যাৰ বাবে দিছপুৰ জি এন আৰ চি ত চিকিৎসাধীন হৈ আছে । চিকিৎসকৰ মতে তেওঁৰ অৱস্থা সংকতজনক। এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্যই তেওঁৰ আশু-আৰোগ্য কামনা কৰে ।