ষ্টাফৰিপোৰ্টাৰ, ২৭ এপ্ৰিল : কভিদ ১৯ আৰু সাংবাদিকৰ জীৱন বীমাক
অসম চৰকাৰৰ সিদ্ধান্তক আদৰণি জাৰ্ণেলিষ্ট এচোছিয়েশ্বন ফৰ আসাম চমুকৈ জাফা আৰু দিছপুৰ প্ৰেছ ক্লাবে।
সংগঠন দুটাই এই সন্দৰ্ভত কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰীক ড০ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ পেৰণ কৰিছিল ।চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তুৰ বাবে সংগঠন দুটাই মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী ক ধন্যবাদ জ্ঞাপন কৰে ।
