কংগ্ৰেছ সাংসদৰ প্ৰতিষ্ঠানৰ পৰা জব্দকৃত ধনৰ গণনা অব্যাহত

380

কংগ্ৰেছ সাংসদৰ প্ৰতিষ্ঠানৰ পৰা জব্দকৃত ধনৰ গণনা অব্যাহত। ধীৰাজ চাহুৰ প্ৰতিষ্ঠানৰ পৰা বৰ্তমানলৈকে জব্দ সৰ্বমুঠ ৩৫৩ কোটি টকা। ৫ দিনত ৩৫৩ কোটি টকা হিচাপৰ তথ্য আয়কৰ বিভাগৰ। টকা গণনা কৰিবলৈ SBIৰ পৰা অনা হৈছে বিশেষ মেচিন। ৪০টা মেচিনেৰে গণনা কৰা হৈছে টকা। এইপৰ্যন্ত শেষ হৈছে ১৭৬ বেগ টকাৰ গণনা।