ওড়িশা আৰু ঝাৰখণ্ডত আয়কৰ বিভাগৰ অভিযান

190

ওড়িশা আৰু ঝাৰখণ্ডত আয়কৰ বিভাগৰ অভিযান। অভিযানত জব্দ নগদ ৫০ কোটি টকা। বৌধ ডিষ্টিলৰিজ প্ৰাইভেট লিমিটেডত চলাইছিল অভিযান। কোম্পানীটোৰ চৌহদৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ টকাখিনি। ওড়িশাৰ বালাংগীৰ আৰু সম্বলপুৰত চলিছিল অভিযান। ঝাৰখণ্ডৰ লোহাৰডাগাতো চলিছিল আয়কৰ বিভাগৰ অভিযান। টকাৰ পৰিমাণ ইমানেই বেছি আছিল যে বিকল হৈ পৰিছিল টকা গণনা কৰা মেচিন।