একাংশ ছ’চিয়েল মিডিয়া, OTT প্লেটফৰ্মৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ। বন্ধ কৰিলে X Prime, Uncut Adda, Rabbit, Fugi আদি প্লেটফৰ্ম। মন্ত্ৰালয়ে বন্ধ কৰিলে ১৯টাকৈ ৱেবছাইট, ১০টা এপ। ১৬টাকৈ X, ১৭টা ইনষ্টাগ্ৰাম, ১২টা ইউটিউব একাউণ্টো বন্ধ কৰিলে মন্ত্ৰালয়ে।