এইবাৰ হাতে-লোটে ধৰা পৰিল লাট মণ্ডল ৰঞ্জন গোস্বামী

193

পুনৰ ঘোচ লৈ ধৰা পৰিল চৰকাৰী কৰ্মচাৰী।

শুকুবাৰে দ্বিতীয়জন চৰকাৰী কৰ্মচাৰীক উৎকোচ লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ।

এইবাৰ কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ লাট মণ্ডল ৰঞ্জন গোস্বামীক উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ।

মাটিৰ মিউটেছনৰ বাবে দাবী কৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে কৰায়ত্ত কৰে ঘোচখোৰ লাট মণ্ডলজনক।

উল্লেখ্য যে, শুকুৰবাৰে ধুবুৰী সৰ্বশিক্ষা অভিযান মিছনৰ শিক্ষা বিষয়া আজহাৰুল ইছলামক উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে ধৰা পেলাইছিল দুৰ্নীতি নিবাৰক শাখাই।