এইচ ডি এফ চি লাইফ আৰু এইচ ডি এফ চি আৰ্গ’ৰ সহযোগ

135

এইচ ডি এফ চি লাইফ, ভাৰতৰ এক অগ্ৰণী জীৱন বীমা কোম্পানী আৰু মুখ্য অ-জীৱন বীমাকৰ্তা এইচ ডি এফ চি আৰ্গৱে, বৰ্তমান মহামাৰী পৰিৱেশত এক সম্পূৰ্ণ বিত্তীয় সুৰক্ষা পেকেজ প্ৰদান কৰিবলৈ এটা কম্বি-প্ৰডাক্ত ‘ক্লিক 2 প্ৰটেক্ট কৰ’না কৱচ’ মুকলি কৰিবলৈ হাত মিলাইছে। যেনে এইচ ডি এফ চি লাইফৰ ক্লিক 2 প্ৰটেক্ট 3D প্লাছ (চি2পি3ডি প্লাছ) আৰু এইচ ডি এফ চি আৰ্গৰ কৰ’না কৱচ।