এ চি এছ উত্তীৰ্ণ যুৱকক ঢোলে দগৰে আদৰণি জনালে গাওঁবাসীয়ে

269

বটদ্ৰৱাৰ ৰাইদঙীয়াত এ চি এছ উত্তীৰ্ণ যুৱকক ঢোলে দগৰে আদৰণি জনালে গাওঁবাসীয়ে ।

ৰাইদঙীয়াৰ প্ৰথমজনা এ চি এছ পাপ্ত যুৱক অমৰ জ্যোতি শইকীয়াক আদৰনি জনায় ৰাইজে আনন্দত বিভোৰ হয় পৰা পৰিলক্ষিত হল।

উল্লেখযোগ্য যে বাঅসম লোক সেৱা আয়োগৰ APSE ত ৫১ সংখ্যক স্থান লাভ কৰা বটদ্ৰৱাৰ ৰাইডঙীয়াৰ যুৱক অমৰ জ্যোতি শইকীয়াক আদৰণি জনায় ৰাইজে ।

ৰাইডঙীয়ালৈ গৌৰৱ কঢ়িয়াই অনা অমৰ জ্যোতি শইকীয়াক ফুলাম গামোচা আৰু বিশাল শুভাযাত্ৰাৰে আদৰণি জনালে ৰাইডঙীয়াবাসী ৰাইজে।