উৎকোচৰ অভিযোগত দোষী সাব্যস্ত হল এচিএছ বিষয়া নন্দিতা কোঁৱৰ

74

উৎকোচ লোৱাৰ অভিযোগত দোষী সাব্যস্ত জ্যেষ্ঠা ACS বিষয়া নন্দিতা কোঁৱৰ ৷চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড শাস্তি বিশেষ ন্যায়াধীশৰ ৷

আন এটা ধাৰাত ৩ বছৰৰ কাৰাদণ্ডৰ হুকুম ৷ঠিকাদাৰৰ পৰা ২০ হাজাৰ টকা লৈ হাতে লোতে গ্ৰেপ্তাৰ হৈছিল নন্দিতা কোঁৱৰ ৷দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল নন্দিতা কোঁৱৰক ৷

আজি বিশেষ ন্যায়াধীশৰ আদালতে গোচৰটোত দিয়ে চূুড়ান্ত ৰায়দান ৷নন্দিতা কোঁৱৰ প্ৰাক্তন ৰাজ্যপাল দেবানন্দ কোঁৱৰৰ জীয়ৰী৷