উদ্বোধনৰ ২৪ ঘণ্টা নৌহওঁতেই মালিগাঁও উৰণসেতুত অঘটন। এখন ট্ৰাকে মহটিয়ালে GMCৰ চাফাইকৰ্মীৰ ঠেলা। ঘটনাত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত এগৰাকী চাফাইকৰ্মী। আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন।