উত্তৰাখণ্ডত অঘটন

82

কেৰালাৰ পাছতে হিমাচল, উত্তৰাখণ্ডত অঘটনঃ ২৪গৰাকী নিহত, শতাধিক সন্ধানহীন… ৱায়নাডত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত নিহতৰ সংখ্যা ৩৫৮লৈ বৃদ্ধি পাইছে। এতিয়াও তিনি শতাধিকলোকৰ সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে। এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলত ১৫গৰাকী লোকৰ মৃত্যু হোৱা লগতে ৪৯গৰাকীকৈ লোক সন্ধানহীন হোৱা উদ্বেগজনক খবৰ আহিছে।