উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা, জানক সবিশেষ…

224

মেট্ৰিকৰ পিছতে এইবাৰ ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন।

বুধবাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা কৰে উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে।

২০২৩ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব হায়াৰ চেকণ্ডাৰীৰ পৰীক্ষা।

২০ মাৰ্চলৈকে অনুষ্ঠিত হ’ব এই পৰীক্ষা।

আনহাতে ২৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষা।