ত্ৰিলেংগুৱে ললিটাৰেৰী ফৰাম নামৰ সংস্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন বৰপেটা জিলাৰ হাউলি সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়৷ অধিৱেশনত প্ৰেৰণা বঁটা প্ৰদান কৰা হয়। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলাৰ বাঘমাৰী আঞ্চলিক সমিতিৰ সভাপতি ইমাম হুছেইনক ত্ৰিলেংগুৱে ললিটাৰেৰী ফৰাম বঁটা প্ৰদান কৰা হয়৷ বাৰ্ষিক অধিবেশন উপলক্ষে প্ৰদান কৰা হয় এই বঁটা৷
