মহাকাশ অভিযানৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি স্থাপন কৰিলে ভাৰতে । স্পেচ ডকিং সম্পূৰ্ণ কৰা চতুৰ্থখন দেশত পৰিণত হৈছে ভাৰত । প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পুৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোক দুটা উপগ্ৰহৰ ডকিং প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰি এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কয় যে মহাকাশ ডকিং পৰীক্ষা (SPADEX) প্ৰকল্পৰ সফলতা ভৱিষ্যতৰ মহাকাশ অভিযানৰ দিশত এক পদক্ষেপ ।
Latest article
ভি আই পিত বিজেপিৰ বিমানকোঠ মণ্ডলৰ কাৰ্যালয় শুভ উদ্বোধন
সমষ্টি পুনৰ গঠনৰ পিছত নতুনকৈ গঠন হোৱা বিজেপিৰ জালুকবাৰী সমষ্টিৰ চাৰিটা মণ্ডলৰ ভিতৰত আজাৰা ভি আই পিস্থিত বিমানকোঠ মণ্ডল সমিতিৰ অস্থায়ী কাৰ্যালয়টো আজি মাংগলিক...
৩,০০০ দক্ষ ব্যক্তিক নিযুক্তি দিবলৈ কৰমযোগী নিযুক্তি অভিযানৰ কথা ঘোষণা ট্ৰাইডেণ্ট গ্ৰুপৰ
সমগ্ৰ ভাৰতবৰ্ষত ৩,০০০ দক্ষ ব্যক্তিক নিযুক্তি দিয়াৰ লক্ষ্যৰে বিশ্বব্যাপী সংঘবদ্ধ সংস্থা ট্ৰাইডেণ্ট গ্ৰুপে কৰমযোগী নিযুক্তি অভিযানৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপে ট্ৰাইডেণ্ট গ্ৰুপৰ এক...
আঞ্চলিক বৃদ্ধি আৰু বিশ্ব বিনিয়োগ অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে আয়োজন এডভাণ্টেজ অসম ২.০ সন্মিলনৰ
অসমৰ অৰ্থনৈতিক দৃশ্যপট অধিক উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰী সিংহ বিশ্ব শৰ্মাই বহুপ্ৰত্যাশিত এডভাণ্টেজ অসম ২.০ সন্মিলনৰ পূৰ্বে ৰাজ্যখনক এক প্ৰধান বিনিয়োগ গন্তব্যস্থান হিচাপে গঢ়ি...