ইউনিটেকৰ প্ৰতিষ্ঠাপক ৰমেশ চন্দ্ৰ আৰু দুই পুত্ৰক বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ…

85

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে ৰিয়েল ইষ্টেট কোম্পানী ইউনিটেক লিমিটেডৰ প্ৰতিষ্ঠাপক ৰমেশ চন্দ্ৰ আৰু তেওঁৰ দুই পুত্ৰ সঞ্জয় আৰু অজয় চন্দ্ৰৰ বিৰুদ্ধে বেঙ্ক জালিয়াতিৰ গোচৰ ৰুজু কৰিছে।

তিনিওজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি তেওঁলোকে কানাড়া বেংকৰ ১৯৮ কোটি টকাৰ জালিয়াতি কৰিছে।

যোৱা মাহত দাখিল কৰা এক অভিযোগ অনুসৰি, বেঙ্কে কৈছিল যে ইউনিটেক ১৯৭১ চনৰ পৰা ইয়াৰ গ্ৰাহক হৈ আছে আৰু এই সময়ত বহুবাৰ ঋণ লৈছে, কিন্তু শেহতীয়াকৈ ঋণ পৰিশোধ কৰা নাই।