আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত

137

অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

আজি দুপৰীয়া গড়চুক আৰক্ষীৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ ড্ৰাগছ ।

হেৰইণসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ ব্যৱসায়িক।

আৰু ধৃত ড্ৰাগছ ব্যৱসায়ী জন বৰপেটা পালহাজিৰ নিবাসী তমেজ কাজী জানিব পৰা গৈছে ।

মহানগৰীৰ কতাবাৰীৰ দুই নম্বৰ মছজিদ গলীত ভাড়া ঘৰত বাস কৰি চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ।

তাৰ পিচতেই ধৃত ড্ৰাগছ ব্যৱসায় জনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১২৭ টা ড্ৰাগছৰ কণ্টেইনাৰ।