আমিনগাঁৱত নাহৰফুটুকী উদ্ধাৰ

133

বৃহস্পতিবাৰে আমিনগাঁওৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী (আইআইটি) গুৱাহাটীৰ ওচৰৰ শিশুগ্ৰাম ৰেডক্ৰছ চ’চাইটিৰ পৰা এটা নাহৰফুটুকী বাঘ উদ্ধাৰ কৰা হয়।

প্ৰতিবেদন অনুসৰি, নাহৰফুটুকী বাঘটো উদ্ধাৰৰ অভিযানটোৰ নেতৃত্ব দিয়ে উত্তৰ কামৰূপ বিভাগৰ ডিএফঅ’ ছানিদেও চৌধুৰীৰ।

উদ্ধাৰ কৰা নাহৰফুটুকী বাঘটোক পৰৱৰ্তী সময়ত সুৰক্ষিত স্থানত এৰি দিয়া হ’ব বুলি জানিবলৈ দিয়ে ডিএফঅ’ গৰাকীয়ে।