উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ আদালতত গুলীবিদ্ধ অতিৰিক্ত জিলা আৰু অধিবেশন ন্যায়াধীশ তালেৱাৰ সিঙ।
ভুলবশতঃ নিজৰ পিষ্টলৰ গুলীয়ে আঘাত কৰে ন্যায়াধীশগৰাকীৰ ভৰিত।
ন্যায়াধীশ তালেৱাৰ সিঙে আৰক্ষীক জনোৱা মতে, চেম্বাৰত গাউন পিন্ধি থকা অৱস্থাত তেওঁৰ পিষ্টল পৰি ভুলবশতঃ গুলীচালনা হয়।
ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
