আদালতত হাজিৰ বিধায়ক আফতাবউদ্দিন মোল্লা

452

আদালতত হাজিৰ বিধায়ক আফতাবউদ্দিন মোল্লা৷ CJM আদালতত হাজিৰ কৰোৱা হৈছে মোল্লাক৷ মঙলবাৰে পূব গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ সাধু-সন্ত, নামঘৰীয়াক লৈ বিধায়কগৰাকীয়ে কৰিছিল অশোভনীয় মন্তব্য৷