আত্মনিৰ্ভৰশীল_অসম

100

‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত মীন পালনৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই যি পদক্ষেপ লৈছে তাৰ ফলত এদিন মাছ উৎপাদনৰ ক্ষেত্ৰত অসম আত্মনিৰ্ভৰশীল হ’ব । অন্ধৰ পৰা মাছৰ আমদানি নহয় অন্ধলৈ অসমৰ মাছ এসময়ত ৰপ্তানি হ’ব ।