আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কমলাবাৰী ঘাটৰ ফেৰীসেৱা

15

আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কমলাবাৰী ঘাটৰ ফেৰীসেৱা।

অস্বাভাৱিকভাৱে শুকাই গৈছে বৰলুইত।

কমলাবাৰী-নিমাতীৰ মাজৰ ফেৰী যাতায়াতলৈ গভীৰ সংকট।

কমলাবাৰী-নিমাতীৰ মাজত চলা ৯খন ছিংগল ফেৰীসেৱা বন্ধ।

ফেৰীসেৱা বন্ধৰ লগে লগে বিপদ আহিছে ১৫০টা পৰিয়াললৈ।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ওপৰত ক্ষোভ ।