আজি ১১,২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান ৰাজ্য চৰকাৰৰ…

147

আজি খানাপাৰাত ১১ হাজাৰৰো অধিক প্ৰাৰ্থীক প্ৰদান নিযুক্তি পত্ৰ।

এক লাখ নিযুক্তিৰ অংশ হিচাপে ১১,২৩৬ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ।

ৰাজ্য চৰকাৰৰ ২৪টা বিভাগত প্ৰদান কৰা হৈছে এই নিযুক্তি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে এই নিযুক্তি।

শুকুৰবাৰে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে অসম চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ।