আজি ঘোষণা কৰা হ’ল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল…

443

তৃতীয় বৰ্গৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল দেওবাৰে ঘোষণা কৰা হৈছে।

ছেবাৰ জৰিয়তে এই ফলাফল ঘোষণা কৰা হৈছে আৰু পৰীক্ষাৰ্থীয়ে sebaonline.org ৰ জৰিয়তে পৰীক্ষা কৰিব পাৰিব।

আগষ্ট মাহত ৰাজ্যখনৰ ২৫খন জিলাৰ ১৯০৩টা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পৰীক্ষাত ৮ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।