আজি আদালতত হাজিৰ হ’ব NRCৰ প্ৰাক্তন সমন্বয়ক৷ কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ হ’ব প্ৰতীক হাজেলা৷সোঁশৰীৰে হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল আদালতে৷ বিত্তীয় অনিয়মৰ অভিযোগত তৰিছিল গোচৰ৷ হাজেলাৰ বিৰুদ্ধে গোচৰ তৰিছিল লুইত কুমাৰ বৰ্মনে।