আজি আত্মসমৰ্পণ কৰিব DNLAৰ ৪০ জন কেডাৰে

102

আজি মূল সুঁতিলৈ ঘূৰি আহিব বিদ্ৰোহী সংগঠন ডিমাচা নেচনেল লিবাৰেশ্যন আৰ্মী চমুকৈ DNLAৰ ৪০গৰাকী কেডাৰ। এই উপলক্ষে ডিমা হাচাওঁৰ খেপ্ৰে গাঁৱত অনুষ্ঠিত হব এখন অনুষ্ঠান।

এই অনুষ্ঠানতে ADGP হীৰেন নাথৰ লগতে অন্য শীৰ্ষ বিষয়াৰ উপস্থিতিত DNLA ৰ কেডাৰ সকলে অস্ত্ৰসহ আত্মসমৰ্পণ কৰিব। পিছত আত্মসমৰ্পণকাৰী সকলক মাইবাঙৰ মাণিকিপুৰত ৰখা হব।