আজি সমগ্ৰ ৰাজ্যই পালন কৰিছে অসম দিৱস। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেও চাওলুং চ্যুকাফাৰ স্মৃতিত প্ৰতিবছৰে ২ ডিচেম্বৰৰ দিনটো ‘অসম দিৱস’ হিচাপে পালন কৰা হয়। এই দিৱস পালনৰ আছে এক ইতিহাস, চ্যুকাফাৰ স্মৃতিত বছৰ বছৰ ধৰি এই দিৱস পালন কৰি অহা হৈছে।অনুমান কৰা হয়, ১২২৮ চনৰ এই দিনটোত্উ চাওলুং চ্যুকাফাৰ নেতৃত্বত আহোমসকলে সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু’ঙ দন চন খাম স্থাপন কৰিছিল। এই দিনটোক ঐতিহাসিক কৰি ৰখাৰ উদ্দেশ্যেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন ব্যক্তিয়ে এই দিৱস পালন কৰা আৰম্ভ কৰিছিল।
Latest article
১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ জ্যেষ্ঠ ব্যৱস্থাপকক নিযুক্তিৰ কথা ঘোষণা নিছানৰ
নিছান মটৰ কোম্পানী লিমিটেডে ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন নেতৃত্বক দায়িত্ব প্ৰদানৰ কথা ঘোষণা কৰিছে। নিছানে শেহতীয়াকৈ নিজৰ টাৰ্ণআউট পদক্ষেপসমূহ অব্যাহত ৰাখিছে, যিবোৰে...
নিছানে অভিষেক অৰোৰাক নেটৱৰ্ক ডেভেলপমেণ্ট এণ্ড ট্ৰেন্সফৰ্মেচনৰ সঞ্চালক হিচাপে নিযুক্তি দিয়ে
নিছান মটৰ ইণ্ডিয়া(এনএমআইপিএল)ই ২০২৪ৰ ১৪ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অভিষেক আৰোৰাক ডিলাৰ নেটৱৰ্ক ডেভেলপমেণ্ট এণ্ড কাষ্টমাৰ কোৱালিটি ট্ৰেইনিং(ডিএনডি-চিকিউটি) বিভাগৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ কথা...
বাংলাদেশত সংখ্যালঘুৰ ওপৰত চলি থকা আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ বৈদেশিক সচিবৰ
বাংলাদেশ ভ্ৰমণৰ সময়ত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ড০ মহম্মদ ইউনুছ আৰু বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনক সাক্ষাৎ কৰে।...