আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱাৰ আগজাননী !

91

আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । বে অৱ বেংগল সাগৰৰ উত্তৰ দিশত সাগৰ পৃষ্ঠৰ পৰা ২.১ কিলো মিটাৰ দুৰত্বত হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ কিছু প্ৰভাৱ কৰিব ।বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, অহা ২৪ ঘণ্টাৰ ভিতৰত অসম আৰু মেঘালয়ৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভৱনা আছে।