ষ্টাফৰিপোৰ্টাৰ, ২৬ এপ্ৰিল :: আকাশবাণী গুৱাহাটী _ছেৱা ৰ সহযোগত “ৰেডিঅ’ ক্লাছৰুম” কাইলৈৰ পৰা সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতিদিনে দুপৰীয়া ১২ বাজি ৩০ মিনিটৰ পৰা ১ বাজি ৩০ মিনিটলৈ।। নৱম আৰু দশম শ্ৰেণীৰ বিদ্যাৰ্থীসকলৰ বাবে ইংৰাজী, সমাজ বিজ্ঞান আৰু গণিতৰ পাঠদান।।
বিদ্যাৰ্থীসকলে নুবুজা কথা ফোন কৰি অথবা whatsapp যোগে সুধিব পাৰিব।
আকাশবাণী ডিব্ৰুগড়, নগাঁও, যোৰহাট, তেজপুৰ আৰু ডিফু কেন্দ্ৰই এই অনুষ্ঠানটি ৰীলে কৰি শুনাব ।।
Phone nos.
0361-2320360,0361-2662325
WhatsApp no.
6003540566
101. 6FM
MW 411.5 metre, 729khz
MW 289. 9 Metre, 1035Khz
Live streaming _
