আইন মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াৰ শৰীৰত ধৰা পৰিছে কভিড-১৯

97

ষ্টাফ ৰিপোৰ্টাৰ, ৫ মে’ : আইন মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াৰ শৰীৰত ধৰা পৰিছে কভিড-১৯। উপ-সচিব পৰ্যায়ৰ বিষয়াজনৰ পিতৃও কৰ’নাত আক্ৰান্ত হৈছে। দিল্লীৰ শাস্ত্ৰী ভৱনত আছে আইন মন্ত্ৰণালয়ৰ কাৰ্যালয়। আন কেইবাটাও মন্ত্ৰণালয়ৰ কাৰ্যালয় আছে শাস্ত্ৰী ভৱনত
-সেই শাস্ত্ৰী ভৱনত কৰ’না ধৰা পৰাত হাহাকাৰ কেন্দ্ৰৰ। -ছীল কৰি দিয়া হৈছে শাস্ত্ৰী ভৱনৰ চতুৰ্থ মহলা। এই চতুৰ্থ মহলাতে আছে আইন মন্ত্ৰণালয়ৰ কাৰ্যালয়।ভৱনটোৰ লিফ্ট বন্ধ কৰি দিয়া হৈছে । ইয়াৰ পূৰ্বে নিটি আয়োগৰ বিল্ডিং ছীল কৰা হৈছিল।