অসমৰ বৰ্ধিত অপৰাধ নিয়ন্ত্ৰণৰ বাবে DGP জি পি সিঙৰ বিশেষ তৎপৰতা। অপৰাধমূলক ঘটনাৰ তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীত কেতবোৰ নতুন সিদ্ধান্ত। এতিয়াৰে পৰা UBৰ ASI-এ কৰিব অপৰাধমূলক ঘটনাৰ তদন্ত। লেন্সনায়ক, নায়ক ৰেংকৰ আৰক্ষীয়েও কৰিব পাৰিব অপৰাধমূলক ঘটনাৰ তদন্ত। বিগত বৰ্ষৰ জুলাইত হৈছিল SPৰ সন্মিলন।