অসমত সোমবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ১০৯৩

99

ষ্টাফৰিপৰ্টাৰ, অসমত বুধবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ১০৯৩ লৈ বৃদ্ধি পায়। ইয়াৰে ৪৪৮ জন কেৱল গুৱাহাটী মহানগনৰীৰ। উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ২৫,০৯২ জন। ইয়াৰে ১৭,০৯৫ জন সুস্থ হৈ উঠিছে। ৭৯৩৬ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ৫৮ জন লোকে প্ৰাণ হেৰুৱাইছে। সোমবাৰৰ দিনটোত দুই সহস্ৰাধিকৰো অধিক কভিড টেষ্ট কৰা হৈছে আৰু পজিটিভ কেছৰ হাৰ ৫ শতাংশ। এই কথা স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে।