ষ্টাফৰিপৰ্টাৰ, অসমত দেওবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ৭৮৬ লৈ বৃদ্ধি পায়। ইয়াৰে ৫৯৮ জন কেৱল গুৱাহাটী মহানগনৰীৰ। উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ১২,৫২২ জন। ইয়াৰে ৭৮৮২ জন সুস্থ হৈ উঠিছে। ৪৬২৩ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে।
