অসমত মঙলবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ৮৫৯

87

ষ্টাফৰিপৰ্টাৰ, অসমত মঙলবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ৮৫৯ জনলৈ লৈ বৃদ্ধি পাইছে। ইয়াৰে ৬২৭ জন কেৱল গুৱাহাটী মহানগনৰীৰ। উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ১৮,৬৬৬জন। ইয়াৰে ১২,১৭৩ জন সুস্থ হৈ উঠিছে। ৬৪৪৪ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ৪৬ জন লোকে প্ৰাণ হেৰুৱাইছে। এই কথা স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে।