অসমত বুধবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ১০৮৮

92

ষ্টাফৰিপৰ্টাৰ, অসমত বুধবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ১০৮৮ লৈ বৃদ্ধি পায়। ইয়াৰে ৬৪৯ জন কেৱল গুৱাহাটী মহানগনৰীৰ। উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ১৯,৭৫৪ জন। ইয়াৰে ১২,৮৮৮ জন সুস্থ হৈ উঠিছে। ৬৮১৫ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ৪৮ জন লোকে প্ৰাণ হেৰুৱাইছে। এই কথা স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে।