অসমত আগষ্ট মাহত ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৬৪ হাজাৰলৈ বৃদ্ধি পোৱাৰ আশংকা

91

ষ্টাফৰিপৰ্টাৰ, কৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ এই গতি অব্যাহত থাকিলে অসমত আগষ্ট মাহত আৰু অধিক ভয়াবহ দিনৰ সকিয়নী দিছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগে। আগষ্ট মাহত ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৬৪ হাজাৰলৈ বৃদ্ধি পোৱাৰ আশংকা কৰিছে কেন্দ্ৰই। গুৱাহাটীতেই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব পাৰে প্ৰায় ৩৩ হাজাৰলৈ।