অসম আৰক্ষীৰ ডাঙৰ সফলতা

77

দূৰ্গা পূজাৰ পূৰ্বে অসম আৰক্ষীৰ ডাঙৰ সফলতা, কাৰ্বি আংলঙত ১.৬০ কোটি টকা ড্ৰাগছ সহ পাঁচজনক আটক…
অসম আৰক্ষীয়ে দুটা ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । সূত্ৰৰ খবৰ অনুসৰি, সোমবাৰে অসমৰ কাৰ্বি আংলং জিলাত অসম আৰক্ষীয়ে দুটা পৃথ অভিযান চলাইছিল । এই অভিযানত আৰক্ষীয়ে ১.৬০ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে ।