অসন্মান নে দেশপ্ৰেম ?

297

অসন্মান নে দেশপ্ৰেম ?
সজাগতাৰ অভাৱ নে ইচ্চাকৃত ?
হয় বকো আৰু ছয়গাঁওৰ বহু স্থানত এতিয়াও উৰি আছে ত্ৰিৰংগা ৷ উল্লেখযোগ্য যে ছয়গাঁও সমষ্টিৰ নতুন দেউচৰ পানী যোগান আঁচনিৰ দৃশ্য এয়া।
15 আগষ্টত উৰুৱা পতাকা আজিলৈ এনেদৰে উৰি আছে ৷ বকোৰ কাকৰাবড়ী অংগনাবডি কেন্দ্ৰত আজিলৈ এনদৰে আছে ত্ৰিৰংগা ৷ লগতে ছয়গাঁৱৰ মৰা কলহী নতুন দেউচৰৰ বহু লোকৰ ঘৰত আজিও উৰি আছে ত্ৰিৰংগা ৷
প্ৰশ্ন হল এয়া অৱমাননা নে দেশ প্ৰেম ?
আচলতে দোষ কাৰ ? উত্তলনৰ ক্ষেত্ৰত যেনেদৰে সজগতা আনিছিল অৱতৰনৰ ক্ষেত্ৰতে দেখা নগল ৷ প্ৰায় এমাহ আগৰ পৰা ঘৰ ঘৰ ত্ৰিৰংগাৰ বাবে সজাগতা কৰা দেখা গল যদিও 15 আগষ্টৰ দিনা সুৰ্য অস্ত যোৱাৰ আগে আগে জাতীয় পতাকা খন যে নমৱা হৈ সেই কথা জনতাই সথিক ভাবে নেযানে বাবে এনেদৰে আজিও উৰি আছে ত্ৰিৰংগা ৷