‘অমৃত বৃক্ষ আন্দোলনৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। খানাপাৰাৰ পশু চিকিত্সা মহাবিদ্যালয় খেলপথাৰত মজুত ৩ লাখ গছপুলি। বিশ্ব ৰেকৰ্ড গঢ়িবলৈ আগবাঢ়িছে বন বিভাগ। ৩ লাখ গছপুলি বিতৰণেৰে গঢ়িব নতুন ৰেকৰ্ড। অমৃত বৃক্ষ আন্দোলনৰ বাবে ৪৭ লাখ ৩৪ হাজাৰ লোকে পঞ্জীয়ন কৰিছে নাম।’ সংবাদমেলত এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
